Details about Assam | অসমৰ বিষয়ে সবিশেষ (post 1)

অসমৰ বিষয়ে সবিশেষ | Details about Assam

1. What is the name of the capital of Assam?| অসমৰ ৰাজধানী খনৰ নাম কি?
Ans - Dispur | দিছপুৰ

2. What is the total area of Assam? অসমৰ মুঠ মাটিকালি কিমান?
 Ans- 78,438 sq. km | ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ

3. How many districts are there in Assam? অসমত সৰ্বমুঠ জিলা কেইখন?
 Ans - 35 District | ৩৫ খন

4. What was the ancient name of Assam? অসমৰ প্ৰাচীন নাম কি আছিল?
 Ans - Pragajyotish Pur | প্ৰাগজ্যোতিষ পুৰ

5. Write the four boundaries of Assam. অসমৰ চাৰিসীমা লিখা।
 Ans - East - Nagaland and Manipur
           West - Bangladesh, Meghalaya and West Bengal
            North - Bhutan and Arunachal Pradesh
            South - Mizoram and Tripura
           
           পূবে - নাগালেণ্ড আৰু মণিপুৰ
          পশ্চিমে - বাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ
           উত্তৰে - ভূটান আৰু অৰুণাচল প্ৰদেশ
            দক্ষিণে - মিজোৰাম আৰু ত্ৰিপুৰা

6. When does the winter season occur in Assam? অসমত শীতল ঋতু কেতিয়াৰ পৰা কেটিয়ালৈ হয়?
 Ans - Usually from October to February | সাধাৰণতে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী লৈকে

 7. When does it rain in Assam? অসমত বৰষুণ কেতিয়া হয়?
 Ans - Rains usually occur from March to May | সাধাৰণতে মাৰ্চ ৰ পৰা মে লৈ বৰষুণ হয় ।

 8. When do floods occur in Assam? অসমত বানপানী কেতিয়া হয়?
 Ans - The heaviest rains come in June, last till September and cause widespread destructive flooding | আটাইতকৈ গধূৰ বৰষুণ জুনত আহে, ছেপ্টেম্বৰলৈকে থাকে আৰু ব্যাপক ধ্বংসাত্মক বানপানীৰ সৃষ্টি কৰে।

9.  What are the three main rivers surrounding Assam? অসমক আগুৰি থকা তিনিটা মূখ্য নদী কি কি?
 Ans - Brahmaputra, Barak and Manas | ব্ৰহ্মপুত্ৰ, বৰাক আৰু মানস 

10. What was the first capital of Assam?অসমৰ প্ৰথম ৰাজধানী কি আছিল?
 Ans - Charideo | চৰাইদেউ


Post a Comment

Previous Post Next Post