Details about Assam | অসমৰ বিষয়ে সবিশেষ (Post 4)

Details about Assam | অসমৰ বিষয়ে সবিশেষ (Post 4)

1. When was the first oil refinery in Assam, Digboi, established? অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
Ans - In 1891 | ১৮৯১ চনত

2. Where does the Manas River meet the Brahmaputra River? কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে লগ হয়?
Ans - Jogighopa | জোগীঘোপা ত

3. What is the position of the Brahmaputra among the longest rivers in the world? বিশ্বৰ ভিতৰত দীৰ্ঘতম নদীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ স্থান কিমান?
Ans - 15 th | ১৫ তম 

4. By what name does the river Brahmaputra enter India? ব্ৰহ্মপুত্ৰ নদীখন ভাৰতত কি নামৰ দ্বাৰা প্ৰবেশ কৰিছে?
Ans - Chihang | ছিহাঙ 

5. In which year was the capital of Assam shifted from Shillong to Dibrugarh? কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰিছিল?
Ans - in 1973 | ১৯৭৩ চনত

6. According to the 2019 Tiger Census, what is the number of tigers in Assam? ২০১৯ চনৰ বাঘৰ লোকপিয়ল অনুসৰি, অসমৰ বাঘৰ সংখ্যা কিমান?
Ans - 190 | ১৯০ টা

7. What is the 2018 Rhino population? ২০১৮ চনৰ গঁড়ৰ সংখ্যা কিমান?
Ans - 2413 | ২৪১৩ টা 

8. Nambar Wildlife Sanctuary is located in which district? নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?
Ans - in Karbi Anglong | কৰ্বি আংলং ত

9. When was the Assam State Zoo established? অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল?
Ans - In 1967 | ১৯৬৭ চনত

10. Which is the state bird of Assam? অসমৰ ৰাজ্যিক পক্ষী কোনটো?
Ans - White-winged duck | দেও হাঁহ 

11. When is Rhino Day celebrated in Assam? অসমত গঁড় দিৱস কেতিয়া পালন কৰা হয়?
Ans - On 22 September | ২২ ছেপ্তেম্বৰ তাৰিখে

12. Which sanctuary is located in Odalguri district? কোন খন অভয়াৰন্য ওদালগুৰি জিলাত অৱস্থিত?
Ans - Barnadi Sanctuary | বৰনদী অভয়াৰন্য

13. In which year was the Manas National Park declared a sanctuary? কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানক এক অভয়াৰন্য হিচাপে ঘোষণা কৰে?
Ans - In 1928 | ১৯২৮ চনত

14. In which year was Kaziranga designated as a ' Protected Forest '? কোন চনত কাজিৰঙাক ' সংৰক্ষিত বন ' হিচাপে মনোনীত কৰা হৈছিল?
Ans - In 1908 | ১৯০৮ চনত

15. Where is the Manas National Park located? মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
Ans - It is located in Chirang and Baxa districts | চিৰাং আৰু বাক্সা জিলাত অৱস্থিত

Post a Comment

Previous Post Next Post