Details about Assam | অসমৰ বিষয়ে সবিশেষ (post 3)

1. Where did the name of the river Manas come from? মানস নদীৰ নাম কৰ পৰা আহৰণ কৰা হৈছিল?
Ans - From the serpent goddess Manasa | সৰ্পদেৱী মনসাৰ পৰা

Details about Assam | অসমৰ বিষয়ে সবিশেষ (post 3)



2. What is the Brahmaputra known as after its confluence with the Teesta? তিস্তা নদীৰ সৈতে লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়?
Ans - The Jamuna | যমুনা 

3. What is the name of the river that originates in the Naga Hills? নগা পাহাৰত উৎপন্ন হোৱা নদীখনৰ নাম কি?
Ans - Bhogdai | ভোগদৈ

4. What is the name of the river that originates in the Patkai Hills of Arunachal Pradesh? অৰুণাচলৰ পাটকাই পাহাৰত উৎপন্ন হোৱা নদী খনৰ নাম কি?
Ans - Dihing or Budhi Dihing | দিহিং বা বুঢ়ী দিহিং

5. What is the length of the Brahmaputra River in India? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
Ans - The length of the Brahmaputra River in India is 916 km. | ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য ৯১৬ কিলোমিটাৰ।

6. What is the length of the Barak River in India? ভাৰতত বৰাক নদীৰ দৈৰ্ঘ্য কিমান?
Ans - 564 km | ৫৬৪ কিঃমিঃ

7. Where does the Dikrang River flow? ডিক্ৰং নদী কলৈ বৈ গৈছে?
Ans - To Lakhimpur | লখিম পুৰলৈ বৈ গৈছে।

8. What percentage of the total area of Assam is forest? অসমৰ মুঠ অঞ্চলৰ কিমান শতাংশ বনাঞ্চল?
Ans - Forest covers 34.21% of the total area of Assam. | অসমৰ মুঠ অঞ্চলৰ ৩৪.২১% শতাংশ বনাঞ্চল।

9. What is the length of the Dhansiri River? ধনশিৰি নদীৰ দৈৰ্ঘ্য কিমান ?
Ans - 123 km | ১২৩ কিলোমিটাৰ

10. What is the length of the Pagladia River? পাগলাদিযা নদীৰ দৈৰ্ঘ্য কিমান?
Ans - 197 km | ১৯৭ কিলোমিটাৰ

11. What was the Bhogdai River formerly known by? ভোগদৈ নদী পূৰ্বতে কি নামেৰে জনাজাত আছিল?
Ans - It was known as the Dichou River | দিচৌ নদী নামেৰে জনাজাত আছিল

12. Which is the only left tributary of the Barak River? বৰাক নদীৰ একমাত্ৰ বাওঁ উপনদী কোন খন?
Ans - Sonai | সোনাই

13. What is the tributary of the Dikhou River? দিখৌ নদী কৰ উপনৈ ?
Ans - It is a tributary of the Brahmaputra River | ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

14. Whose tributary is the river Ai? আই নদী কাৰ উপনৈ?
Ans - It is a tributary of the Manas River | মানস নদীৰ উপনৈ

15. The Barak River is located in which district? বৰাক নদী কোন খন জিলাত অৱস্থিত?
Ans - It is located in the district of Kachar | কাছাৰ জিলাত অৱস্থিত

Post a Comment

Previous Post Next Post